অর্থ : উত্তৰ ইউৰোপৰ এখন দ্বীপ ৰাষ্ট্র
উদাহরণ :
স্কাণ্ডিনেভিয়াৰ সীমান্তৱর্তী ঠাইখিনি নৰৱে তথা ছুইডেনে আগুৰি আছে
অর্থ : উত্তৰ ইউৰোপৰ দৰে সংস্কৃতি সম্পন্ন দেশৰ সমূহ
উদাহরণ :
ফিনলেণ্ড তথা আইচলেণ্ডো পূর্বতে স্কাণ্ডিনেভিয়াৰ অন্তর্গত আছিল