অর্থ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
উদাহরণ :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
সমার্থক : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
অর্থ : সেনাৰ সমূহ
উদাহরণ :
আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
সমার্থক : সেনাদল, সেনাবাহিনী