সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
উদাহরণ : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
সমার্থক : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সদাচাৰী
অর্থ : যাৰ স্বভাৱ ভাল
উদাহরণ : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
সমার্থক : সুজন, সৌম্য
অর্থ : অত্যন্ত সুন্দৰ
উদাহরণ : সীতাৰ লʼৰাটো বৰ ধুনীয়া
সমার্থক : ধুনীয়া, সুচাৰু
ইনস্টল