অর্থ : যি বাতৰি বা খবৰ শুনি আনন্দ পোৱা যায়
উদাহরণ :
গজাননৰ বিয়াৰ সুখবৰ শুনি ্সহকর্মীসকল আনন্দত অধীৰ হৈ পৰিল
অর্থ : শুভ বা ভাল বাতৰি
উদাহরণ :
তেওঁ পুত্র লাভৰ সু-খবৰ পালে
সমার্থক : শুভ বার্তা, শুভ সমাচাৰ, সু-খবৰ