সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
উদাহরণ : মাংসখিনি ভালদৰে সিজোৱা নাই
সমার্থক : ৰন্ধা
অর্থ : যিটো পানীত উতলাই সিজোৱা হৈছে
উদাহরণ : ৰাতিপুৱাৰ আহাৰত তেওঁ সিজোৱা কণী খায়
সমার্থক : সিদ্ধ
ইনস্টল