সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সমুদ্র সম্বন্ধীয় বা সমুদ্রৰ
উদাহরণ : তিমি একপ্রকাৰ সামুদ্রিক জীৱ
সমার্থক : সামুদ্রিক
অর্থ : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
উদাহরণ : সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
অর্থ : সাগৰৰ পৰা উৎপন্ন
উদাহরণ : তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
ইনস্টল