অর্থ : যিজন সদায় কাৰোবাৰ লগত থাকে
উদাহরণ :
ৰাম আৰু শ্যাম প্রকৃত সহযোগী কিয়নো তেওঁলোক যʼলৈ যায় একেলগে যায়
অর্থ : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
উদাহরণ :
এই কামত তেওঁ ্ মোৰ সহযোগী
সমার্থক : সহকাৰী, সহযোগকাৰী, সহযোগী ব্যক্তি, সহায়ক