অর্থ : কাৰোবাৰ কাম আদিত এনেধৰণে যোগ দিয়া কার্য ্যাৰ কাৰণে সেই কাম সোনকালে আৰু ভালদৰে হয়
উদাহরণ :
এই কামটো কৰাত তেওঁ ্মোক সহযোগ কৰিলে
সমার্থক : সহায়তা
অর্থ : এজনতকৈ অধিক ব্যক্তি একেলগ হৈ কোনো কাম কৰা কার্য ্বা ভাব
উদাহরণ :
চাৰিখন দেশৰ সহযোগত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
সমার্থক : সহযোগিতা