অর্থ : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
উদাহরণ :
এই কামত তেওঁ ্ মোৰ সহযোগী
সমার্থক : সহযোগকাৰী, সহযোগী, সহযোগী ব্যক্তি, সহায়ক
অর্থ : সকলোৰে হিতৰ কাৰণে মিলিজুলি বনোৱা বা কৰা
উদাহরণ :
তেওঁ ্ভালেমান সহকাৰী সংস্থাৰ সৈতে জড়িত হৈ আছে