অর্থ : সস্তা বা কম মূল্যৰ এক অৱস্থা বা ভাব
উদাহরণ :
অল্পমূল্যতাৰ কাৰণে বস্তুবোৰৰ বিক্রী বাঢ়িছে
সমার্থক : অল্পমূল্যতা
অর্থ : সস্তা হোৱা অৱস্থা বা ভাব
উদাহরণ :
আজিকালি বজাৰত সস্তাৱস্থা কʼত আছে ?
অর্থ : যি সময়ত কোনো বস্তু সস্তাত পোৱা যায়
উদাহরণ :
এই ঘড়ীটো সস্তাৱস্থাত কিনিছিলোঁ