অর্থ : কোনো বাতৰি কাকত অথবা কিতাপৰ ক্রমসূচী আদিৰ পৰা ধৰি ইয়াক সকলো প্রকাৰে ঠিক-ঠাক কৰি প্রকাশিত কৰা বিশেষ দায়িত্বসম্পন্ন ব্যক্তি
উদাহরণ :
পষেকীয়া আলোচনী প্রান্তিকৰ সম্পাদক শ্রীপ্রদীপ বৰুৱা
অর্থ : মালিক বা কোনো সংস্থাৰ কিতাপ-পত্র বা লেখা-মেলা সম্বন্ধীয় কার্যৰ সহায়ক
উদাহরণ :
মোহনক এই উপসমিতিখনৰ সম্পাদক কৰা হʼল
সমার্থক : সচিব