অর্থ : যুদ্ধ, বিবাদ আদি বন্ধ কৰি নিজকে শত্রু বা বিপক্ষৰ হাতত অর্পণ ্কৰা কা
উদাহরণ :
ৰজা পুৰুৱে আলেকজেণ্ডাৰৰ সন্মুখত আত্মসমর্পণ কৰিছিল
সমার্থক : আত্মসমর্পণ
অর্থ : ধর্ম ্ভাৱেৰে বা শ্রদ্ধা-ভক্তিপূর্বক কিবা কৈ অর্পিত কৰা ভাৱ
উদাহরণ :
ভগৱান কৃষ্ণৰ প্রতি মীৰাৰ সমর্পণ তেওঁৰ ্দ্বাৰা ৰচিত গীতবোৰত পৰিলক্ষিত হয়