সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ভূমিৰ সমান্তৰালভাৱে থাকে
উদাহরণ : সংগীতাই গা-গছৰ আনুভূমিক অংশ কাটি তাৰ আভ্যন্তৰীণ অংশ চাবৰ কাৰণে অনুবীক্ষণ যন্ত্রত ৰাখি চালে
সমার্থক : অনুভূমিক, আনুভূমিক
অর্থ : সমান বা ওখ-চাপৰ নোহোৱা তলিভাগ
উদাহরণ : সমতল ভূমিত খেতি ভাল হয়
সমার্থক : সমতলক্ষেত্র, সমধৰাতল, সমভূমি, সমান ঠাই
ইনস্টল