অর্থ : কোনো পৰীক্ষা আদিত সফলতা লাভ কৰা
উদাহরণ :
আপুনি এই পৰীক্ষাত উত্তী্র্ণ হʼল
সমার্থক : উত্তী্র্ণ ্হোৱা, পাছ হোৱা
অর্থ : প্রতিযোগিতাত সফলতা লাভ কৰা
উদাহরণ :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
সমার্থক : জিকা