অর্থ : যাৰ সন্মান কৰা হʼল
উদাহরণ :
সন্মানিত সন্ত সকলক উপহাৰ দিয়াৰ পিছত বিদায় দিয়া হʼল
সমার্থক : আদৃত
অর্থ : যি প্রতিষ্ঠা লাভ কৰিছে
উদাহরণ :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
সমার্থক : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, মান্য, সম্ভ্রান্ত
অর্থ : যাক সন্মান কৰা হৈছে
উদাহরণ :
সভাৰ অধ্যক্ষই সভাত উপস্থিত সকলো বিদ্বানকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
সমার্থক : সম্মানিত