অর্থ : কোনো কথা বা কামৰ বাঞ্ছা নকৰাকৈ সদায় প্রসন্ন হৈ থকা মনৰ এক অৱস্থা
উদাহরণ :
সন্তোষে মানুহৰ সুখ আৰু শান্তি প্রদান কৰে
অর্থ : ভয়ানক অৱস্থাতো হোৱা সন্তোষজনক কোনো কথা
উদাহরণ :
সন্তোষৰ কথা যে গুলীটো ভৰিত লাগিল
অর্থ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা
উদাহরণ :
ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল
সমার্থক : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, স্ফূর্ত্তি, হৰিষ, ্হর্ষ
অর্থ : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব
উদাহরণ :
মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই
সমার্থক : সন্তুষ্টি