অর্থ : সাৱিত্রীৰ পতি
উদাহরণ :
সাৱিত্রীয়ে সতীত্বৰ বলত নিজৰ মৃত পতি সত্যবানক জীয়াই তুলিছিল
অর্থ : যিজনে সত্য কথা কয়
উদাহরণ :
যুধিষ্ঠিৰ এজন সত্যবাদী ৰজা আছিল
সমার্থক : যথার্থ্্বাদী, সত্যবাক, সত্যবাদী, সত্যভাষী, ্সঁচ্াকথীয়া