সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এইমাত্র ওলোৱা বা হোৱা
উদাহরণ : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
সমার্থক : তাজা, সজীৱ
অর্থ : যিটো ম্লান নপৰে বা মৰহি যোৱা নাই
উদাহরণ : সীতাই মন্দিৰত সতেজ ফুল অর্পণ কৰিছে
সমার্থক : অম্লান, টাটকা, তাজা
অর্থ : যিটো এইমাত্র বনোৱা হৈছে বা যিটো নতুন
উদাহরণ : শ্যামে সদায় সতেজ খাদ্য খায়
সমার্থক : টাটকা, তজবজীয়া, সাঁজো
ইনস্টল