সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চুৰি বা ছল-কপট নকৰা ব্যক্তি
উদাহরণ : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে
অর্থ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
উদাহরণ : সৎ লোকৰ আদৰ কৰা
সমার্থক : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক
অর্থ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
উদাহরণ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
সমার্থক : ভাল, সাধু, সুজন, সৎ
ইনস্টল