সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সংযোজিত হোৱা ভাব বা ক্রিয়া
উদাহরণ : এই ঔষধটোত ভালেমান পদার্থৰ সংমিশ্রণ ঘটোৱা হৈছে
সমার্থক : সংমিশ্রণ, সমাহাৰ, সমাৱেশ
অর্থ : কোনো বস্তুত থকা কোনো ধৰণৰ ত্ৰুটি বা অভাৱ পূৰণ কৰিবৰ কাৰণে পিছৰ পৰা অলপ লগ লগোৱা, মিলোৱা বা বঢ়োৱা কাৰ্য
উদাহরণ : মই প্ৰথম উত্তৰটো সংযোজন কৰিবলৈ পাহৰি থাকিলোঁ
ইনস্টল