অর্থ : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
উদাহরণ :
সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
সমার্থক : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযম, সংযমন
অর্থ : যি ইন্দ্রিয়ক নিজৰ অধীনত ৰাখে বা ইন্দ্রিয়ৰ নিগ্রহ কৰোঁতা
উদাহরণ :
ইন্দ্রিয়নিগ্রহী ব্যক্তিয়ে বাস্তৱিক সুখৰ আনন্দ লʼব পাৰে
সমার্থক : ইন্দ্রিয়নিগ্রহী
অর্থ : যʼত সংযম থাকে
উদাহরণ :
সংযমী ্কর্ম কৰি মানুহে নিজৰ জীৱন সফল কৰিব পাৰে