অর্থ : জ্ঞান আৰু বুদ্ধি
উদাহরণ :
ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
সমার্থক : চেতনা, বিচাৰ-বুদ্ধি
অর্থ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
উদাহরণ :
আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
সমার্থক : নাম
অর্থ : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ
উদাহরণ :
তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে
সমার্থক : বিশেষ্য