অর্থ : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
উদাহরণ :
দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
সমার্থক : মজুতকাৰী
অর্থ : সংগ্রহ কৰোঁতা
উদাহরণ :
বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
সমার্থক : মজুতকাৰী