সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আনন্দদায়ক ধ্বনি
উদাহরণ : হিমালয়ৰ বুকুত বায়ুৰ সংগীতে হৃদয় চুই যায়
অর্থ : লয়, তাল, স্বৰ আদিৰ নিয়ম অনুযায়ী কোনো কথা আৰু বাদ্যৰ আকর্ষণীয় আৰু মনোৰঞ্জক ৰূপত কৰা উচ্চাৰণ বা ধ্বনি:সংগীত শুনিলে হৃদয় শাঁত পৰে
উদাহরণ :
অর্থ : গোৱা কার্য ্বা ভাব
উদাহরণ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
সমার্থক : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সঙ্গীত
ইনস্টল