সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য
উদাহরণ : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে
সমার্থক : সঙ্কৰ
অর্থ : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু
উদাহরণ : প্রসাদ এবিধ মিশ্রণ
সমার্থক : মিশ্রণ, সংমিশ্রণ
অর্থ : সংকৰৰ পৰা উৎপন্ন
উদাহরণ : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়
সমার্থক : বর্ণ সংকৰ, সংকৰজ
ইনস্টল