সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লোহাৰ সৈতে কার্বন মিহলি কৰি প্রস্তুত কৰা এবিধ ধাতু
উদাহরণ : ষ্টীলত মামৰে নধৰে
অর্থ : লোহাৰ সৈতে কম পৰিমাণৰ কার্বন মিহলাই পোৱা এবিধ সংকৰ ধাতু
উদাহরণ : আমাৰ চহৰত এটা তীখাৰ কাৰখানা আছে
সমার্থক : ইস্পাত, তীখা
ইনস্টল