অর্থ : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা
উদাহরণ :
চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে
সমার্থক : দূৰভিসন্ধি
অর্থ : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন
উদাহরণ :
চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল