সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একপ্রকাৰৰ ডাঙৰ চিকাৰী চৰাই
উদাহরণ : শেনটোৱে একে চোঁচাতে নিগনিটো ধৰি লৈ গʼল
সমার্থক : ঈগল, ঈগল চৰাই, উকহ, বহৰী, শেন চৰাই
অর্থ : গোটেই ভাৰততে পোৱা এবিধ বেগী চৰাই
উদাহরণ : শেন চৰাই আকাৰত কাউৰীতকৈ সৰু তথা দেহৰ তলৰ ফালে বগা আৰু ওপৰৰ ফালে ছাই বৰণীয়া বা নীলা বৰণীয়া
সমার্থক : শেন চৰাই
ইনস্টল