অর্থ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
উদাহরণ :
তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
সমার্থক : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
অর্থ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
উদাহরণ :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
সমার্থক : শুকোৱা
অর্থ : উজ্জ্বলতা কমি যোৱা
উদাহরণ :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
সমার্থক : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা