সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ
উদাহরণ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে
সমার্থক : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, লেৰেলা
অর্থ : শাৰীৰিকভাৱে ক্ষীণ
উদাহরণ : অসুখৰ বাবে তেওঁ বহুত ক্ষীণ হৈ পৰিল
সমার্থক : ক্ষীণ, ্দুর্বল
ইনস্টল