অর্থ : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী
উদাহরণ :
সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে
অর্থ : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ
উদাহরণ :
মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে
সমার্থক : হেলমেট