সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
উদাহরণ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
সমার্থক : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, মূৰ
অর্থ : শৰীৰৰ যি অংশত মগজু থাকে
উদাহরণ : মোহনৰ মূৰত চুলি নাই
সমার্থক : মাথা, মূৰ
ইনস্টল