অর্থ : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
উদাহরণ :
সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়
অর্থ : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
উদাহরণ :
ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
সমার্থক : লানী
অর্থ : ক্রম অনুসাৰে হোৱা অৱস্থা
উদাহরণ :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
সমার্থক : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
অর্থ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
উদাহরণ :
উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
সমার্থক : পংক্তি