অর্থ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
উদাহরণ :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
সমার্থক : কষ্ট দিয়া, যাতনা দিয়া
অর্থ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
উদাহরণ :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
সমার্থক : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া
অর্থ : অপৰাধীক ্ তেওঁৰ ্ অপৰাধৰ ফলস্বৰূপে দিয়া শাস্তি, ঘটোৱা আর্থিক হানি আদি কার্য
উদাহরণ :
হত্যাৰ অপৰাধত ন্যায়াধীশে শ্যামক আজীৱন কাৰাদণ্ড দিলে
সমার্থক : দণ্ড দিয়া