অর্থ : শান্ত হৈ পৰা এক অৱস্থা
উদাহরণ :
জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
সমার্থক : মনে মনে থকা
অর্থ : কথাবতৰা বা কাজিয়া আদিৰ গতি মন্থৰ হৈ পৰা
উদাহরণ :
ডাঙৰ ককায়েকৰ আগত তেওঁ ্সদায় নৰম হৈ পৰে
সমার্থক : নৰম হোৱা