অর্থ : শৰীৰৰ বল
উদাহরণ :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
সমার্থক : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
অর্থ : প্রাকৃতিক ভাণ্ডাৰ
উদাহরণ :
বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
অর্থ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
উদাহরণ :
প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
অর্থ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
উদাহরণ :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
সমার্থক : অধিকাৰ
অর্থ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
উদাহরণ :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
সমার্থক : চাপ