সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰৰ বল
উদাহরণ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
সমার্থক : জোৰ, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি
অর্থ : কিবা কৰিব পৰা শক্তি
উদাহরণ : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
সমার্থক : সামর্থ্য
অর্থ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
উদাহরণ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
সমার্থক : জোৰ, তেজ, পৰাক্রম, বল, শক্তি
ইনস্টল