সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এবিধ মুখেৰে বজোৱা বাদ্য যাক পবিত্র জ্ঞান কৰা হয় আৰু দেৱকার্যত বজোৱা হয়
উদাহরণ : শংখ সাগৰত পোৱা যায়
সমার্থক : কম্বু
অর্থ : এক প্রকাৰ পবিত্র বুলি মনা আৰু দেৱতাৰ আগত ধার্মিক অনুস্থানসমূহত বজোৱা ডাঙৰ শামুকৰ খোলা
উদাহরণ : পুৰোহিতে সত্যনাৰায়ন কথাৰ সময়ত শংখ বজাইছিল
সমার্থক : শঙ্খ
ইনস্টল