অর্থ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
উদাহরণ :
সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
সমার্থক : গল্প, লোক কথা, লোক কাহিনী, সাধু
অর্থ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
উদাহরণ :
এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
সমার্থক : কিম্বদন্তী, জনপ্রবাদ, লোকপ্রবাদ