সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
উদাহরণ : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
সমার্থক : পেষ্ট, লেও
অর্থ : লিপা কার্য ্বা ভাব
উদাহরণ : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়
অর্থ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা
উদাহরণ : বেৰৰ লেপন শেষ হৈ গৈছে
সমার্থক : অনুলেপন, প্লাষ্টাৰ
অর্থ : প্ৰলেপিত কৰা কাৰ্য
উদাহরণ : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে
সমার্থক : প্ৰলেপ
অর্থ : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন
উদাহরণ : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে
সমার্থক : লেপ
অর্থ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
উদাহরণ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
সমার্থক : প্রলেপ, লেও
ইনস্টল