সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু
উদাহরণ : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে
সমার্থক : লিখনি, লেখা
অর্থ : লিখা বস্তু
উদাহরণ : তেওঁ ্সাহিত্যিকৰ লেখনি পঢ়ি ভাল পায়
সমার্থক : লিখনি
অর্থ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
উদাহরণ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
সমার্থক : কলম
ইনস্টল