সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লিপা, মচা বা ঘঁহ্া বস্তু
উদাহরণ : মায়ে মাটিৰ বেৰখন গোবৰ আৰু মাটিৰ লেওৰে লিপি আছে
সমার্থক : খচা-মাটি
অর্থ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
উদাহরণ : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
সমার্থক : পেষ্ট, লেপন
অর্থ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
উদাহরণ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
সমার্থক : প্রলেপ, লেপন
ইনস্টল