সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অক্ষৰ বর্ণৰ চিহ্ন
উদাহরণ : এই শিলটোৰ ওপৰত ব্রাহ্মীলিপিত কিবা লিখা হয়
অর্থ : লিখা কামত ব্যৱহৃত শৈলী
উদাহরণ : বিশ্বত বিভিন্ন প্রকাৰৰ লিখন শৈলী পোৱা যায়
সমার্থক : অক্ষৰশৈলী, লিখন শৈলী, লিপি শৈলী
অর্থ : চিহ্নৰ দ্বাৰা ধ্বনি বা কোনো বিষয়ৰ লিখিত ৰূপক ব্যক্ত কৰা বিশেষ পদ্ধতি
উদাহরণ : হিন্দী ভাষা দেৱনাগৰী লিপিত লিখা হয়
ইনস্টল