অর্থ : কাগজত লিখা
উদাহরণ :
তেওঁ ন্যায়াধীশৰ সন্মুখত লিখিত প্রমাণ দাখিল কৰিলে
অর্থ : লিখা হোৱা বা লিপিৰ ৰূপত প্রকাশ কৰা
উদাহরণ :
এই কথাৰ পূর্ণাঙ্গতাৰ ্ বাবে মোৰ হাতত লিখিত প্রমাণ আছে
সমার্থক : লিখা হোৱা-, লিপিবদ্ধ, লিপিৱদ্ধ