সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তেজৰ বৰণৰ
উদাহরণ : তেজৰ ৰং ৰঙা
সমার্থক : অলক্তৰাগ, অৰুণাভা, অৰুণিমা, লাল, লাল ৰং, লোহিত্্বর্ণ, লৌহিত, ্লোহিত, ্ৰক্তবর্ণ, ্ৰক্তাভা, ৰক্তাৰাগ, ৰক্তিমা, ৰক্তিমাভা, ৰক্ত্াভা, ৰঙা, ৰঙা ৰং
অর্থ : ৰঙা হোৱা অৱস্থা বা ভাৱ
উদাহরণ : সূর্যোদয় তথা সূর্যাস্তৰ সময়ত সূৰুযৰ লালিমা..............
সমার্থক : অৰুণাভা, অৰুণিমা, ৰক্তাভা, ৰক্তিমা
অর্থ : ওঁঠ, ্গাল আদিত লগোৱা একধৰণৰ ৰঙা ৰঙৰ প্রসাধন সামগ্রী
উদাহরণ : মনোৰমাই নিজৰ গালত ৰহণ সানি আছে
সমার্থক : ৰহণ
ইনস্টল