সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
উদাহরণ : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
সমার্থক : চকৰি
অর্থ : কাঠ আদিৰে তৈয়াৰী খুব ঘূৰাব পৰা সৰু খেলনা বিশেষ
উদাহরণ : লʼৰা-ছোৱালীবোৰে চকৰী নচুৱাই আছে
সমার্থক : চকৰী, লাটিম
অর্থ : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
উদাহরণ : লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
সমার্থক : লাটিম
ইনস্টল