সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা বস্তু আন এটা বস্তুৰে স্পর্শিত হোৱা
উদাহরণ : যাওঁতে যাওঁতে মোৰ হাতখন বিজুলীৰ খুটাত লাগি গʼল
সমার্থক : চুই পোৱা
অর্থ : কোনো কামত দৃঢ়তাৰে লাগি থকা
উদাহরণ : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
সমার্থক : লগা
ইনস্টল