সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে
উদাহরণ : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে
সমার্থক : পংক্তি, শাৰী
অর্থ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
উদাহরণ : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
সমার্থক : লান, লানি, লালী, শাৰী, শৃংখলা
ইনস্টল