অর্থ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
উদাহরণ :
এই বছৰ আম গছত সোনকালে মল লাগিছে
অর্থ : কার্য আদিত ৰত হোৱা
উদাহরণ :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
সমার্থক : ব্যস্ত হোৱা, লাগি থকা
অর্থ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
উদাহরণ :
নাওখন নদীৰ পাৰত গৈ লাগিল
অর্থ : অনুমানতকৈ বেছি প্রয়োজন হোৱা
উদাহরণ :
এই কামটোত বহুত টকা লাগিছে
অর্থ : কোনো কামত দৃঢ়তাৰে লাগি থকা
উদাহরণ :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
সমার্থক : লাগি যোৱা
অর্থ : কাৰোবাক আঘাত দিয়া
উদাহরণ :
তেওঁ ্মোক পেনৰ নিব লগালে
অর্থ : আঘাত বা কষ্ট পোৱা
উদাহরণ :
তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
সমার্থক : আঘাত কৰা
অর্থ : সম্বন্ধত কিবা হোৱা
উদাহরণ :
মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
অর্থ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
উদাহরণ :
বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
অর্থ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
উদাহরণ :
আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল