অর্থ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
উদাহরণ :
ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
সমার্থক : গন্তব্য, লক্ষ্য স্থান
অর্থ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়
উদাহরণ :
তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !
সমার্থক : নিচান
অর্থ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়
উদাহরণ :
অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল
সমার্থক : নিচান
অর্থ : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা
উদাহরণ :
এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে